ভাৰতৰ উǮতম নয্ায়াল
েদৱানী আপীল অিধকাৰেǘƯ
েদৱানী আপীল ন˘ৰ- ১৩৩৯/২০১৯
[িবেশষ অনুমিত আেৱদন (েদৱানী) ন˘ৰ- ১২৪৬৭/২০১৮ পৰা উȠৱ]
মইনুল হক
--- আপীলকাৰী (সকল)
-বনাম-
ভাৰত চৰকাৰ ও অনয্ান
--- Ƶিতবাদী (সকল)
আেদশ
১. অনুমিত Ƶদান৷
২. েগাচৰৰ আিজর, িবেশষৈক, অসম চৰকােৰ দািখল কৰা Ƶিত-শপতপƯ িবেশষণ কিৰ এই
আদালেত েগাচৰৰ তথয্ িভিত্ েহদােয়ৎপুৰ, গৱাহাট অৱিʆত িবেদশী নয্ায়াধীকৰ ন˘ৰ ২,
কামৰূপ (েমƪ’)ত েগাচৰৰ বাকী থকা িবচাৰকাযর্য িবেদশী নয্ায়াধীকৰ, কিৰমগǻৈল ʆানাȭৰ
উিচত হ’ব বুিল িবেবচনা কেৰ৷
৩. েসই অনুসিৰ, এই িবেৰািধত (impugned) আেদশ ৰদ কৰা হ’ল৷ ওপৰত উিɨিখত চতর্
ওপৰত িভিত কিৰ এই আপীল মǻুৰ কৰা হ’ল৷
৪. যিদ আন েকােনা মূলতবী আেৱদন আেছ, এই আেদশৰ জিৰয়েত িনɸিত কৰা হ’ল৷
নয্ায়াধী েৰািহনতন ফিল নািৰমান
নয্ায়াধী নবীন িসন্হ
˰াǘৰৰ সতয্াসত িনৰূপণ কৰা েহাৱা নাই
িডিজেটল ˰াǘৰ
আৰ. নটৰাজন
তািৰখঃ ২০.০২.০১
০৯.৫০.৫১ আই.এছ.ি.
কাৰণঃ
নতুন িদɨী
তািৰখঃ ২৯ জানুৱাৰী, ২০১৯
কাযর্য্�মিণ ন˘ৰ ১৫ খȉ নং- ১৪
আদালত ন˘ৰ- ৬
ভাৰতৰ উǮতম নয্ায়াল
আদালতৰ কাযর্িবৱৰণ পǻী
আপীল (েদৱানী) ƣহণৰ বােব িবেশষ অনুমিত Ƶািȼৰ আেৱদন (সমূহ) ন˘ৰ (সমূহ)-
১২৪৬৭/২০১৮
(১২.০১.২০১৮ তািৰেখ েলখ আেৱদন েদৱানী ন˘ৰ ১৪৮/ ২০১৮ সɑেকর গৱাহা উǮ
নয্ায়ালে জািৰ কৰা িবেৰািধত চূড়াȭ ৰায় ও হকু পৰা উȠৱ)
মইনুল হক
--- আপীলকাৰী(সকল)
-বনাম-
ভাৰত চৰকাৰ ও অনয্ান
--- Ƶিতবাদী (সকল)
তািৰখঃ ২৯/০১/২০১৯ আিজ শনািন বােব এই আেৱদনখন েলাৱা হ’ল৷
উপিʆতঃ
মহামানয নয্ায়াধী েৰািহনতন ফিল নািৰমান
মহামানয নয্ায়াধী নবীন িসন্হ
আেৱদনকাৰী(সকল)ৰ পেǘ- জয়ʸীপ গ�, েজয্ অিধবǏা
এ. েক. তালুকদাৰ, অিধবǏা
মনচুৰ আলী, এ. ও. আৰ.
Ƶিতবাদী(সকল)ৰ পেǘ- তুষাৰ েমহতা, এছ. িজ.
ঐ˞যর্ ভাি, এ. এ. িজ.
আৰ. েক. বামর্., অিধবǏা
শভ�ী ৰয়, এ. ও. আৰ.
েসামনাথ েবনাজʗ, অিধবǏা
অিধবǏাৰ শনািন িপছত অƯ আদালেত িনɎধৰেণ আেদশ জািৰ কেৰ৷
অনুমিত Ƶদান৷
˰াǘিৰত আেদশৰ আলমত এই আপীল মǻুৰ কৰা হ’ল৷
যিদ েকােনা মূলতবী আেৱদন আেছ, এই আেদশৰ জিৰয়েত িনɸিত কৰা হ’ল৷
(মানৱ শমর্) (সেȭাষ কুমা)
েকাটর মাɳাৰ (এছ. এইচ.) েকাটর মাɳাৰ (এন. এছ. এইচ.)
(˰াǘিৰত আেদশ ফাইলত ৰখা হ’ল)
"The translated judgment in vernacular language is meant for the restricted use of the litigant to understand it in his/her language and may not be used for any other purpose. For all practical and official purposes, the English version of the judgment shall be authentic and shall hold the field for the purpose of execution and implementation".
(ʆানীয় ভাষাৈল অনূিদত এই ৰায় েগাচৰত জিড়ত পǘই বুিজ েপাৱাৰ উেțেশয সীিমত বয্ৱহাৰ বােবেহ৷ ইয়াৰ বােদ অনয্েƯ� অনূিদত ৰূপ বয্ৱহ নহ’ব৷ সকেলা বয্ৱহািৰ আৰু িবভাগীয় কামৰ লগেত ৰায়ৰ সɑাদনা আৰু কাযর্য্কৰীকৰ েǘƯেতা এই ৰায়ৰ ইংৰাজী সংɾৰণেটােৱই সিঠ বুিল িবেবিচত হ’ব৷)